Download Now Banner

This browser does not support the video element.

মাজুলী: উত্তৰ কমলাবাৰী সত্ৰত জ্যেষ্ঠ নাগৰিকৰ লগত মত বিনিময় কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

Majuli, Majuli | Apr 12, 2024
মাজুলীৰ কমলাবাৰী ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে জিলা খনৰ জেষ্ঠ নাগৰিক সকলৰ লগত মত বিনিময় কাৰ্যসূচী ত অংশগ্ৰহণ কৰে। উত্তৰ কমলাবাৰী সত্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই সভাত জিলা খনৰ বিধায়ক ভুৱন গাম আৰু জিলা সভাপতি বীৰেন শইকীয়া উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us