This browser does not support the video element.
দলগাঁও ভাগ: দৰঙৰ দলগাঁও কৌপাটি অসম মালা পথত ভয়ঙ্কৰ পথ দূৰ্ঘটনাত নিহত দুজন
Dalgaon Part, Darrang | Aug 11, 2025
দৰঙৰ দলগাঁও কৌপাটি অসম মালা পথত ভয়ঙ্কৰ পথ দূৰ্ঘটনা নিহত দুজন তীব্ৰ বেগী দুখন বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলত এজন বাইক আৰোহীৰ থিতাতে নিহত হয় আৰু আনজন চিকিৎসালয়লৈ নিয়া অৱস্থাত মৃত্যু হয়। এ এছ -১৩-ই ৩১৪১ নাম্বাৰৰ পালছাৰ বাইক আৰু এ এছ-১৩-এছ ৪০৫৬ নাম্বাৰৰ আৰ ওৱান ফাইভ বাইক দুখনৰ মুখামুখি সংঘৰ্ষৰ ফলত শিলবৰিৰ ছহিদুল ইছলাম কাজি (৩০) আৰু ঝাকুৱাপাৰা গাঁৱৰ ইক্ৰামুল আলী (১৯) নামৰ বাইক আৰোহীৰ দুজনৰ মৃত্যু হয়।