This browser does not support the video element.
চামগুৰি: বাজিয়াগাঁৱত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত জব্দ ৪৯টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ, দুই সৰবৰাহকাৰীক আটক
Samaguri, Nagaon | Dec 30, 2024
সোমবাৰে বিয়লি প্ৰায় দুই মান বজাত বাজিয়াগাঁওত চামগুৰি আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত জব্দ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ। চামগুৰিৰ বাজিয়াগাঁওৰ হাচেন আলিৰ ঘৰত অভিযান চলাই ৪৯টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ জব্দ কৰে আৰু লগতে হাচেন আলি আৰু হাচেন আলিৰ পত্নী আটক কৰিছে আৰক্ষীয়ে। উল্লেখ্য যে বিগত বহু বছৰৰ পৰা চামগুৰিৰ এই অঞ্চলটোত চলাই আহিছিল এই ড্ৰাগছৰ বেহা দুই স্বামী স্ত্রীয়ে।