This browser does not support the video element.
বজালী ভাগ: পাটাছাৰকুছিৰ শিৱ দুৰ্গা মন্দিৰত অনুষ্ঠিত বিজেপিৰ বিশেষ সাংগঠনিক সভাত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ অংশগ্ৰহণ
Bajali Part, Barpeta | Aug 26, 2025
ভাৰতীয় জনতা পাৰ্টি বজালী জিলা সমিতিৰ উদ্যোগত মঙলবাৰে পাটাছাৰকুছিৰ শিৱ দুৰ্গা মন্দিৰত অনুষ্ঠিত হয় বিশেষ সাংগঠনিক সভা ৷ ভাৰতীয় জনতা পাৰ্টি বজালী জিলা সমিতিৰ সাংগঠনিক সভাত অংশগ্ৰহণ কৰি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে সংগঠন শক্তিশালী কৰাৰ বিভিন্ন দিশৰ ওপৰত দিহা-পৰামৰ্শ আগবঢ়ায় ৷ বজালী জিলা সভাপতি পদ্ম শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত বজালী জিলাৰ তত্বাৱধায়ক সুৰভি লহকৰ, সহঃ তত্বাৱধায়ক দিলজিৎ বৰ্মনকে প্ৰমুখ্য কৰি দলীয় কাৰ্যকৰ্তা সকল উপস্থিত থাকে ৷