This browser does not support the video element.
মৰিগাঁও: জমিয়ত উলেমা হিন্দক আনুষ্ঠানিক ভাৱে মই এতিয়াই এটা বুঢ়া আঙুলি দেখুৱাইছো, ভকতগাঁৱত এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ
Marigaon, Morigaon | Aug 23, 2025
জমিয়ত উলেমা হিন্দক আনুষ্ঠানিক ভাৱে মই এতিয়াই এটা বুঢ়া আঙুলি দেখুৱাইছো। এই বুঢ়া আঙুলিটোৰ অসমীয়াৰ তেজ আছে, বিৰ্য্য আছে, সাহস আছে। এই মাদানীয়ে এসময়ত মই শিক্ষা মন্ত্ৰী থাকোতে টেট শিক্ষক সকলৰ নিযুক্তি হব দিয়া নাছিল। তৰুণ গগৈৰ লগত লগ লাগি আমাৰ অফিচাৰক ৰোমত মাতি নি কন্দুৱাইছিল। সেই অফিচাৰ গৰাকী বৰ্তমানেও অসমতে আছে। আজি আকৌ তেওঁলোকে কৈছে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৰিজাইন দিব লাগে, বৰ্ষস্ত হব লাগে, ইয়াৰ সিদ্ধান্ত অসমৰ মানুহে লব। মাদানীয়ে কৰিব নোৱাৰে।