This browser does not support the video element.
বিজনী ভাগ: সদৌ চিৰাং জিলা ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিৱেশন উপলক্ষে বিজনীত অভ্যৰ্থনা সমিতিৰ সংবাদ মেল
Bijni Part, Chirang | Aug 13, 2025
সদৌ চিৰাং জিলা ছাত্ৰ সন্থাৰ দ্বিতীয় বাৰ্ষিক বিজনী অধিৱেশন অহা ২৩ আৰু ২৪ আগষ্টত দুদিনীয়াকৈ বিজনী ছোৱালী হাইস্কুল খেলপথাৰত অনুষ্ঠিত হ'ব,তদুপলক্ষে অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি শৈলেন দাসে বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত এক সংবাদ মেল সম্বোধন কৰে,কাৰ্যকৰী সভাপতি শৈলেন দাসে সংবাদ মেলত কয়ঃ অহা ২৩ আগষ্টৰ পুৱা ৯ বজাত সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক সুদীপ চন্দই পতাকা উত্তোলনেৰে অধিৱেশনৰ শুভাৰম্ভ কৰিব।