Download Now Banner

This browser does not support the video element.

বিজনী ভাগ: বিজনীত বিজনী পৌৰসভাৰ সভাপতি গুনেশ্বৰ গয়াৰীক প্ৰাৰ্থীত্ব প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰি ইউপিপিএলৰ কৰ্মীৰ ধৰ্ণা

Bijni Part, Chirang | Aug 30, 2025
বিটিচি পৰিষদীয় নিৰ্বাচনত ১৭ নং সুভাইঝাৰ পৰিষদীয় সমষ্টিত প্ৰাক্তন পাৰিষদ তথা বিজনী‌ পৌৰসভাৰ সভাপতি গুনেশ্বৰ গয়াৰীক প্ৰাৰ্থীত্ব প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰিছে ইউপিপিএলৰ কৰ্মীয়ে,এই সন্দৰ্ভত বিজনী চহৰৰ চাৰি গৰাকী ৱাৰ্ড মেম্বাৰ ক্ৰমে ১ নং ৱাৰ্ডৰ মীৰা সাহা, নিকুঞ্জ সাহা, ২ নং ৱাৰ্ডৰ টুটন পাল, ৩ নং ৱাৰ্ডৰ মেম্বাৰ দীপাঞ্জলী দাস, ৪ নং ৱাৰ্ডৰ মেম্বাৰ অলকেশ দাসৰ নেতৃত্বত একাংশ ইউপিপিএলৰ কৰ্মীয়ে ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে।
Read More News
T & CPrivacy PolicyContact Us