Download Now Banner

This browser does not support the video element.

পূব ডিব্ৰুগড়: সদৰত মটক যুৱ ছাত্ৰ সন্মিলনৰ তীব্ৰ প্ৰতিবাদ, জনজাতিকৰণকে ধৰি বহু কেইটা সমস্যাৰ সমাধানৰ দাবিৰে তিনি শতাধিকৰ প্ৰতিবাদ

Dibrugarh East, Dibrugarh | Sep 8, 2025
আজি সোমবাৰে দিনৰ ১১:৩০ বজাত ডিব্ৰুগড়ৰ চৌকিডিঙ্গী চাৰিআলিত উত্তাল প্ৰতিবাদ সাব‍্যস্ত কৰে মটক যুৱ ছাত্ৰ সন্মিলনে। সংগঠনটোৰ প্ৰায় তিনি শতাধিক প্ৰতিবাদী কণ্ঠ‌ই কঁপাই তুলে ডিব্ৰুগড়ৰ আকাশ বতাহ। মটক জনগোষ্ঠীটোৰ জনজাতি কৰণকে ধৰি বিভিন্ন সমস্যা সমাধানৰ দাবীত আজি এনেদৰে ডিব্ৰুগড়ত প্ৰতিবাদ সাব্যস্ত কৰে মটক যুৱ ছাত্ৰ সন্মিলনৰ সদস্য সকলে
Read More News
T & CPrivacy PolicyContact Us