Download Now Banner

This browser does not support the video element.

ধুবুৰী ভাগ: গোলকগঞ্জৰ অসম পশ্চিম বংগ সীমান্তত নিষিদ্ধ মাংসক লৈ উত্তেজনা

Dhubri Part, Dhubri | Aug 26, 2025
ঝাৰু লৈ আহি পথ অৱৰোধ কৰি প্ৰদৰ্শন কৰে প্ৰতিবাদ। দুষ্ট চক্ৰই পোকালাগী মোদকপাৰা পথত পেলাই থৈ যায় নিষিদ্ধ মাংস। হিন্দু বসতিপূৰ্ণ এলেকাত মাংস পেলোৱাক কেন্দ্ৰ কৰি উত্তেজিত গাঁৱখনৰ ৰাইজ। অসম পশ্চিমবংগ সংযোগী পথটোত প্ৰায় সংঘটিত হৈ আহিছে এনে দুষ্কাৰ্য।
Read More News
T & CPrivacy PolicyContact Us