Install App
manojbmc2009
This browser does not support the video element.
বঙাইগাঁও ভাগ: বঙাইগাঁও ৰাজীৱ ভৱনত জিলা কংগ্ৰেছৰ সভাপতিৰ সভাপতিত্বত অনুষ্ঠিত সভাত অগপ আৰু বিজেপিৰ কৰ্মী সকলে কংগ্ৰেছত যোগদান
Bongaigaon Part, Bongaigaon | Sep 8, 2025
সোমবাৰে বঙাইগাঁও ৰাজীৱ ভৱনত জিলা কংগ্ৰেছৰ সভাপতি গিৰিশ বৰুৱাৰ সভাপতিত্বত সভা অনুষ্ঠিত হয় । উক্ত সভাত সভাত অগপ আৰু বিজেপিৰ কৰ্মী সকলে কংগ্ৰেছত যোগদান কৰে । সভাৰ অন্তত জিলা কংগ্ৰেছৰ সভাপতি গিৰিশ বৰুৱাই কয় যে সমাগত বিধানসভা নিৰ্বাচনত কংগ্ৰেছে বঙাইগাঁও জিলা তিনিটা বিধানসভা সমষ্টিত জয়যুক্ত হব।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!