This browser does not support the video element.
নগাঁও: সোণাৰী গাঁৱত চোৰৰ উপদ্ৰৱ,ঘৰত গৃহস্থ নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে চলালে চাফাই অভিযান,আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে
Nagaon, Nagaon | Aug 24, 2025
কলিয়াবৰৰ সোণাৰী গাঁৱত চোৰৰ উপদ্ৰৱ।ঘৰত গৃহস্থ নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে চলালে চাফাই অভিযান। দেওবাৰে দিনৰ প্ৰায় ১২ মান বজাত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ।কলিয়াবৰৰ সোণাৰী গাঁৱৰ হিৰণ্য হাজৰিকাৰ গৃহত সংঘটিত হৈছে চুৰি কাণ্ড।হিৰণ্য হাজৰিকাৰ পৰিয়াল শনিবাৰে ঘৰত তলা মাৰি গৈছিল গুৱাহাটীলৈ।গুৱাহাটীৰ পৰা ঘৰত উপস্হিত হোৱাৰ পাছতেই দেওবাৰে দিনৰ প্ৰায় ১২ মান বজাত ঘৰৰ পৰিবেশ দেখি হতভম্ব হৈ পৰে গৃহস্থ।ঘৰৰ গ্ৰীলৰ তলা ভাঙি চোৰে ঘৰৰ ভিতৰত প্ৰৱেশ কৰি লুটি নিলে মূল্যৱান সা-