This browser does not support the video element.
ড্ৰাগছ সেৱন কৰি থকা অৱস্থাত ডবকাত স্থানীয় ৰাইজে কৰায়ত্ত কৰে দুই যুৱকক
Doboka, Hojai | Sep 12, 2025
ডবকাত স্থানীয় ৰাইজৰ ৰোষত দুই ড্ৰাগছ আসক্ত যুৱক।শুক্ৰবাৰে দিনৰ ৩মান বজাত ডবকাত ড্ৰাগছ সেৱন কৰি থকা অৱস্থাত স্থানীয় ৰাইজে কৰায়ত্ত কৰিছিল দুই যুৱকক।যুৱক দুজনক ৰাইজে কৰায়ত্ত কৰি আৰক্ষীক খবৰ দিয়ে।পৰৱৰ্তী সময়ত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ৰাইজে কৰায়ত্ত কৰা যুৱক দুজনক উদ্ধাৰ কৰি আৰক্ষী থানাত লৈ যায়।উল্লেখযোগ্য এই যুৱক দুজন পূৰ্বৰ পৰাই ড্ৰাগছ আসক্ত আছিল।পিছে যুৱকদ্বয়ৰ আজি আছিল দিন ব্যয়া।