Download Now Banner

This browser does not support the video element.

বৰপেটা: ৰাইজৰ দলৰ সম্পাদক আশ্ৰাফুল ইছলাম গ্ৰেপ্তাৰ কৰা কাৰ্য্যক কয়াকুছিত তীব্ৰ গৰিহনা ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক মনিৰুজ জামানৰ

Barpeta, Barpeta | Sep 3, 2025
ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক আশ্ৰাফুল ইছলামে ধুবুৰীৰ উচ্ছেদস্থলী পৰিদৰ্শনৰ বাবে এটা দলক উচ্ছেদস্থলীলৈ লৈ যোৱাৰ বাবেই গ্ৰেপ্তাৰ কৰে অসম আৰক্ষীয়ে। এটা সজাতি দলক উচ্ছেদস্থলীত লৈ যোৱাটো অপৰাধ নেকি বুলি বিজেপি দল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন উত্থাপন মনিৰুজ জামানৰ। গতিকে হিটলাৰ চৰকাৰখনে এটা নিৰ্দিষ্ট সম্প্ৰদায়ৰ মানুহক টাৰ্গেট কৰি সংবিধানক ভৰিৰে মোহাৰি উচ্ছেদ কৰিছে। সেয়ে চৰকাৰক উচ্ছেদ বন্ধ কৰি আশ্ৰাফুল ইছলামক বিনা চৰ্তে মুকলিৰ দাবী জনায় ৷
Read More News
T & CPrivacy PolicyContact Us