Download Now Banner

This browser does not support the video element.

মাটিয়া: বুদুচৰ পাৰঘাটত যাত্ৰীৰ পৰা অতিৰিক্ত ভাড়া সংগ্ৰহ লেচীৰ, সমস্যাত সহস্ৰাধিক ৰাইজ #jansamasya

Matia, Goalpara | May 29, 2025
বুদুচৰ পাৰঘাটত যাত্ৰীৰ পৰা অতিৰিক্ত ভাড়া সংগ্ৰহ লেচীৰ, সমস্যাত সহস্ৰাধিক ৰাইজক।গোৱালপাৰা জিলাৰ আভ্যন্তৰীণ জলপৰিবহন বিভাগৰ বুদুচৰ পাৰঘাটত যাত্ৰীৰ পৰা অতিৰিক্ত ভাড়া সংগ্ৰহ কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। পাৰঘাটৰ ওচৰত আভ্যন্তৰীণ জলপৰিবহন বিভাগে যাত্ৰীসকলৰ ভাড়াৰ তালিকা আৰি থোৱা আছে। কিন্তু পাৰঘাটৰ লেচীয়ে সাধাৰণ যাত্ৰীসকলৰ পৰা নিৰ্ধাৰিত ৫ টকাৰ বিপৰীতে ২০ টকাকৈ সংগ্ৰহ কৰাৰ লগতে বাইক যাত্ৰীৰ পৰা নিৰ্ধাৰিত ২০ টকাৰ বিপৰীতে ৪০ টকাকৈ সংগ্ৰহ কৰে।
Read More News
T & CPrivacy PolicyContact Us