Download Now Banner

This browser does not support the video element.

হোজাই: পুৰণা বজাৰ স্থিত বিশাল মেঘামৰ্টৰ সমীপত থকা লাশ কেফে এণ্ড লাউঞ্জত সংঘটিত হয় মাৰপিটৰ ঘটনা

Hojai, Hojai | Aug 25, 2025
সোমবাৰে নিশা প্ৰায় ৯.৩০বজাত হোজাই পুৰণা বজাৰ স্থিত বিশাল মেঘামৰ্টৰ সমীপত থকা লাশ কেফে এণ্ড লাউঞ্জত সংঘটিত হয় মাৰপিটৰ ঘটনা।লাশ কেফে এণ্ড লাউঞ্জত কৰ্মৰত দুই কৰ্মচাৰীয়ে বেতন বিচৰাই কাল হল দুয়োৰ।বেতন বিচাৰিব যাওঁতেই দুই কৰ্মচাৰীক মাৰপিট কৰাৰ অভিযোগ লাশ কেফে এণ্ড লাউঞ্জৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে।ইফালে ভুক্তভোগীয়ে হোজাই আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে আটক কৰে তিনিজনকৈ যুৱকক।ঘটনাসন্ধৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।
Read More News
T & CPrivacy PolicyContact Us