Install App
rosebhuyan
This browser does not support the video element.
নগাঁও: আৰক্ষীৰ সন্তানেই ভুগিছে নিৰাপত্তাহীনতাত, নগাঁৱৰ খ্ৰীষ্ট জ্যোতি হাই স্কুলত মাৰপিটৰ ঘটনা, সংবাদ মাধ্যমত প্ৰতিক্ৰিয়া পিতৃৰ
Nagaon, Nagaon | Aug 26, 2025
নগাঁৱত আৰক্ষীৰ সন্তানেই ভুগিছে নিৰাপত্তাহীনতাত। নগাঁৱৰ খ্ৰীষ্ট জ্যোতি হাই স্কুলত মা/ৰ/পিটৰ ঘটনা। সেউজ গায়ন নামৰ নৱম শ্ৰেণীত অধ্যয়নৰত এগৰাকী ছাত্ৰক প্ৰ*হাৰ দশম শ্ৰেণীৰ ছাত্ৰৰ। পানীৰ বটল, কম্পাচ আৰু ৰেঞ্চেৰে প্ৰ*হাৰ কৰিছিল।ছাত্ৰ কেইজনে কেইবাগৰাকী শিক্ষককো প্ৰহাৰ কৰাৰ অভিযোগ উঠিছে।ইতিমধ্যে ছাত্ৰকেইজনৰ বিৰুদ্ধে নগাঁও আৰক্ষীত দাখিল কৰিছে এজাহাৰ
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!