Download Now Banner

This browser does not support the video element.

নগাঁও: কলিয়াবৰৰ গোমোঠাগাঁৱৰ ভয়ংকৰ পথ দুৰ্ঘটনা,বাইক আৰু ডি আই বাহনৰ মাজত সংঘৰ্ষ,নিহত এজন, আহত দুজন

Nagaon, Nagaon | Oct 8, 2025
কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনা।বাইক আৰু ডি আই বাহনৰ মাজত সংঘৰ্ষ। বুধবাৰে বিয়লি প্ৰায় তিনি মান বজাত কলিয়াবৰৰ গোমোঠাগাঁৱৰ ৭১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় পথ দুৰ্ঘটনাটো। ডি আই বাহনৰ খুন্দাত চিটিকি পৰে তিনি বাইক আৰোহী। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত তিনি বাইক আৰোহী।আহত তিনিওকে জখলাবন্ধা চিকিৎসালয়লৈ প্ৰেৰণ।চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু এজন বাইক আৰোহীৰ।অন্য এখন বাহনক অতিক্ৰম কৰিবলৈ গৈ খুন্দিয়াই বাইক আৰোহীক।জখলাবন্ধা অভিমুখী AS 25 EC 3226 নম্বৰৰ ডি আই বাহনখনে AS 02 X 1432 নম্
Read More News
T & CPrivacy PolicyContact Us