Download Now Banner

This browser does not support the video element.

হোজাই: বন বিভাগে হাৱাইপুৰত অভিযান চলাই জব্দ কৰে প্ৰায় ২লক্ষাধিক টকাৰ চেগুন কাঠ

Hojai, Hojai | Aug 28, 2025
হোজাই বন বিভাগৰ অব্যাহত আছে অবৈধ কাঠ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান।বন বিভাগে বৃহস্পতিবাৰে বিয়লি প্ৰায় ৪.৪০মিনিটত হোজাইৰ হাৱাইপুৰত অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ চেগুন কাঠ।দক্ষিণ নগাঁও বন সংমণ্ডলৰ বিষয়া দেৱজিৎ নাথৰ নিৰ্দেশ মৰ্মে আৰু বন বিষয়া উৎপল ডেকাৰ নেতৃত্বত চলিছিল এই অভিযান।জব্দকৃত কাঠ খিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় ২ লক্ষাধিক টকা।জব্দকৃত কাঠখিনি বন বিভাগে হোজাই কঁপিলী উপত্যকা বনাঞ্চলৰ কাৰ্য্যালয়ত কাঠখিনি ৰাখি আৰম্ভ কৰিছে তদন্ত।
Read More News
T & CPrivacy PolicyContact Us