Download Now Banner

This browser does not support the video element.

নগাঁও: চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ নগাঁও আৰক্ষী,ধিঙৰ ডুমডুমীয়াত জব্দ ২০টা চোৰাং গৰু ভৰ্তি ট্ৰাক,আটক এজনক

Nagaon, Nagaon | Sep 9, 2025
চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ নগাঁও আৰক্ষী।ধিঙৰ ডুমডুমীয়াত মঙলবাৰে মাজনিশা প্ৰায় এক মান বজাত জব্দ চোৰাং গৰু ভৰ্তি এখন ট্ৰাক, আটক এজন।২০টাকৈ চোৰাং গৰু অবৈধ বাবে কঢ়িয়াই আনিছিল এখন ট্ৰাকত।বৈধ নথিপত্ৰ অবিহনেই ২০টাকৈ চোৰাং গৰু কঢ়িয়াই আনিছিল নিশা AS01RC8889 নম্বৰৰ ট্ৰাক খনত ।বটদ্ৰৱা আৰু ডুমডুমীয়া আৰক্ষীৰ যৌথ অভিযানত জব্দ কৰে চোৰাং গৰু ভৰ্তি ট্ৰাক খন।আৰক্ষীয়ে ট্ৰাক খন জব্দ কৰাৰ লগতে আশ্ৰাফুল ইছলাম নামৰ এজন লোকক আটক কৰিবলৈ সক্ষম হয়।উল্লেখ্য যে নগাওঁ জিলাৰ পশ্চিমাঞ্চলৰ
Read More News
T & CPrivacy PolicyContact Us