Download Now Banner

This browser does not support the video element.

বৰমা ভাগ: সমাগত বিটিচি নিৰ্বাচনত বিজেপিয়ে পৰিষদ গঠনত মুখ্য ভূমিকা গ্ৰহণ কৰিব বুলি হাউলীত মন্তব্য মন্ত্ৰী ৰনজিৎ কুমাৰ দাসৰ

India | Aug 31, 2025
সমাগত বিটিচি নিৰ্বাচনত বিজেপিয়ে পৰিষদ গঠনত মুখ্য ভূমিকা গ্ৰহণ কৰিব বুলি ৰবিবাৰে হাউলীত সাংবাদিকৰ আগত মন্তব্য কৰে অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰনজিৎ কুমাৰ দাসে ৷ মন্ত্ৰীগৰাকীয়ে কয় যে এইবাৰৰ বিটিচি নিৰ্বাচনত তিনিকোণীয়া ফলাফল হব।‌ বিজেপি , ইউ পি পি এল আৰু বিপিএফক লৈ এই ফলাফল হব বুলি সম্ভাৱনা ব্যক্ত কৰি দাসে এইদৰেও কয় যে পৰিষদ বিজেপিক বাদ কোনো দলৰ বাবে পৰিষদ গঠন কৰাতো সম্ভৱ নহব।‌ তথাপিও এনডিএৰ লগত থকা দলৰ সতেই বিজেপি থাকিব।‌
Read More News
T & CPrivacy PolicyContact Us