This browser does not support the video element.
গোলাঘাট: স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি কৰ্ট ৰোড স্থিত মহাত্মা গান্ধীৰ প্ৰতিমুৰ্তিত বন্তি প্ৰজলন,উপস্থিত জিলা অতিৰিক্ত আয়ুক্ত
Golaghat, Golaghat | Aug 13, 2025
স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি গোলাঘাট কৰ্ট ৰোড স্থিত মহাত্মা গান্ধীৰ প্ৰতিমুৰ্তিত বন্তি প্ৰজলন।উপস্থিত জিলা অতিৰিক্ত আয়ুক্ত l গোলাঘাট জিলাৰ জিলা প্ৰশাসনৰ উদ্যোগত আগন্তুক স্বাধীনতা দিৱসৰ আগমূহুৰ্তত বৰ্ণিলভাৱে এই দিৱসটি উদযাপন কৰিবলৈ চৰকাৰৰ হৰ ঘৰ ত্ৰিৰংগা অভিযানৰ অধীনত বুধবাৰে সন্ধিয়া প্ৰায় ৬ বজাত জিলাখনৰ গোলাঘাট নগৰৰ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্ত্তি, গোলাঘাট ৰাজহ চক্ৰৰ সমীপৰ শ্বহীদ স্তম্ভ আৰু আন আন স্মৃতি সৌধবোৰত চাকি জ্বলাই প্ৰজ্জ্বলিত কৰি ৰখা হয় l