This browser does not support the video element.
বিজনী ভাগ: বিষ্ণুপুৰত বিজেপিৰ যোগদান সভা অনুষ্ঠিত, উপস্থিত বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক পল্লৱলোচন দাস
Bijni Part, Chirang | Sep 10, 2025
১৮ নং মানস ছেৰফাং পৰিষদীয় সমষ্টিৰ বিষ্ণুপুৰস্থিত মানস ছেৰফাং মণ্ডল বিজেপিৰ কাৰ্যালয়ত অসম ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পল্লৱলোচন লোচন দাসৰ উপস্থিতিত বিপিএফৰ বাঙালী ছেলৰ বিজনী জিলা সমিতিৰ উপ সভাপতি দিৱজ্যোতি নমদাসে বিজেপি দলত যোগদান কৰে । তেওঁৰ লগতে আৰু ১৪ জনকৈ জেষ্ঠ্য, যুৱকে বিজেপি দলত যোগদান কৰে,উল্লেখযোগ্য যে দিৱজ্যোতি নমদাসে যোৱা ৫ বছৰ আগতে মানস ছেৰফাং মণ্ডল বিজেপিৰ সভাপতি পদবীত অধিষ্ঠিত আছিল ।