Install App
priyanka1162
This browser does not support the video element.
পশ্চিম যোৰহাট: ৰয়েল ৰোডৰ ভোগদৈ মথাউৰিৰ পাৰত বিধ্বংসী অগ্নিকাণ্ড ,লক্ষাধিক টকাৰ সামগ্ৰী ভস্মীভূত , জুইৰ লেলিহান শিখাই নিমিষতে শেষ কৰে
Jorhat West, Jorhat | Aug 22, 2025
যোৰহাটত ৰয়েল ৰোডৰ ভোগদৈ মথাউৰিৰ পাৰত বিধ্বংসী অগ্নিকাণ্ড । লক্ষাধিক টকাৰ সামগ্ৰী ভস্মীভূত । জুইৰ লেলিহান শিখাই নিমিষতে ছাই কৰে কেইবাটাও বাসগৃহ। চিলিণ্ডাৰ বিস্ফোৰণ হয় এই অগ্নিকাণ্ডত । দুখনকৈ অগ্নি নিৰ্বাপকৰ বাহনে জুই নুমোৱাবলৈ সক্ষম হয় ।লক্ষাধিক টকাৰ সামগ্ৰী ভস্মীভূত হয় এই অগ্নিকাণ্ডত । অগ্নিকাণ্ডৰ কাৰণ বৰ্তমান লৈকে জানিব পৰা হোৱা নাই ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!