Download Now Banner

This browser does not support the video element.

পশ্চিম যোৰহাট: কেইবাটাও দাবীৰে জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত অনশন কাৰ্যসূচী ৰূপায়ণ কলিতা জনগোষ্ঠীৰ

Jorhat West, Jorhat | Sep 2, 2025
কেইবাটাও দাবীৰে জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত অনশন কাৰ্যসূচী ৰূপায়ন কলিতা জনগোষ্ঠীৰ । জিলা কলিতা জনগোষ্ঠী সন্মিলনে দিনজোৰা অনশন কাৰ্যসূচী ৰূপায়ন কৰে। কলিতাসকলক সংৰক্ষিত শ্ৰেনীৰ অন্তৰ্ভুক্ত কৰি জনজাতীয় লোকসকলৰ সমান ভূমি সুৰক্ষা প্ৰদান কৰাৰ দাবী জনাই । লগতে কলিতা জনগোষ্ঠীৰ বাবে শিক্ষা, চাকৰি আৰু ব্যৱসায়ত ১৮ শতাংশ আসন সংৰক্ষণ কৰা ।
Read More News
T & CPrivacy PolicyContact Us