Download Now Banner

This browser does not support the video element.

শিৱসাগৰ: কা ৰ বিৰুদ্ধে শিৱসাগৰত বীৰ লাচিত সেনাৰ প্ৰতিবাদী কাৰ্যসূচী, উত্তপ্ত পৰিস্থিতি আৰক্ষীৰে হতাহতি

Sibsagar, Sivasagar | Sep 9, 2025
কা ৰ বিৰুদ্ধে শিৱসাগৰত বীৰ লাচিত সেনাৰ প্ৰতিবাদী কাৰ্যসূচী, উত্তপ্ত পৰিস্থিতি আৰক্ষীৰে হতাহতি। নাগৰিকত্ব সংশোধনী আইনৰ অধীনত কেন্দ্ৰীয় চৰকাৰে বিদেশী নাগৰিকক নাগৰিকত্ব প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বিৰোধিতা কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে নগৰৰ মাজমজিয়াত। বীৰ লাচিত সেনা শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত ৰূপায়িত এই প্ৰতিবাদী কাৰ্যসূচী দৌলমুখ চাৰিআলিত।
Read More News
T & CPrivacy PolicyContact Us