Download Now Banner

This browser does not support the video element.

বাক্সা: সোনপেড়াবড়ীত বিটিআৰ চৰকাৰৰ ভূমিৰ পাট্টা প্ৰদান কাৰ্যসূচী অনুষ্ঠিত হয়

Baska, Baksa | Aug 24, 2025
বাক্সা জিলাৰ শালবাৰী পৰিষদীয় সমষ্টিৰ সোনপেড়াবড়ীত আজি বিটিআৰ চৰকাৰৰ উদ্যোগত মিছন বৈসুমতি ২.০ ৰ জৰিয়তে ভূমিহীন পৰিয়ালক ভূমি পাট্টা প্ৰদান কৰা হয়। আজি সোনপেড়াবড়ীত ৮৩ টাকৈ পৰিয়ালক আনুষ্ঠানিকভাৱে ভূমি পাট্টা প্ৰদান কৰা হয়। আজিৰ ভূমি পাট্টা প্ৰদান কাৰ্যসূচীত বিটিআৰৰ শালবাৰী পৰিষদীয় সমষ্টিৰ পাৰিষদ জয় মুছাহাৰীয়ে অংশগ্রহণ কৰে।
Read More News
T & CPrivacy PolicyContact Us