Download Now Banner

This browser does not support the video element.

মানকাচৰ: দক্ষিণ শালমাৰা মানকাচৰ জিলাত হাটশিঙিমাৰীত অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হিতাধিকাৰীৰ আয়ুক্ত লৈ অভিযোগ

Mankachar, South Salmara-Mankachar | Aug 26, 2025
মঙ্গলবাৰে দিনৰ আনুমানিক ৩ বজাত হাটশিঙিমাৰীত প্ৰায় অৰ্ধশতাধিক অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হিতাধিকাৰীৰ আয়ুক্ত লৈ অভিযোগ দিয়াৰ বাবে উপস্হিত হয় জিলা আয়ুক্ত কাৰ্যালয়ত। উল্লেখ্য যে ধন নিদিয়াৰ বাবে প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰাৰ অভিযোগ।দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ হাটশিঙিমাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি জিলা খনৰ কেইবাখনো GP ৰ অৰ্ধশতাধিক বৃদ্ধ মহিলাৰ অভিযোগ।
Read More News
T & CPrivacy PolicyContact Us