Download Now Banner

This browser does not support the video element.

বইটামাৰী: বৈটামাৰিস্তিত APL প্ৰকল্পত ফৰ্মেলিন উৎপাদনৰ শুভাৰম্ভ কৰে APLৰ অধ্যক্ষ বিকুল ডেকাই

Boitamari, Bongaigaon | Sep 3, 2025
বৈটামাৰিস্তিত অসম পেট্ৰো কেমিকেলচৰ প্ৰকল্পত ফৰ্মেলিন উৎপাদনৰ শুভাৰম্ভ কৰে APLৰ অধ্যক্ষ বিকুল ডেকাই। আজিৰ এই শুভখনত উপস্থিত থাকে APL ৰ শীৰ্ষ বিষয়া সকল।
Read More News
T & CPrivacy PolicyContact Us