Download Now Banner

This browser does not support the video element.

পূব যোৰহাট: ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত শ্ৰীমন্ত শঙ্কৰদেৱ গুৰু জনাৰ তিৰোভাৱ তিথি পালন

Jorhat East, Jorhat | Aug 25, 2025
ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত শ্ৰীমন্ত শঙ্কৰদেৱ গুৰু জনাৰ তিৰোভাৱ তিথি পালন ।আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি। ৰাজ্যৰ নামঘৰে নামঘৰে চলিছে ব্যাপক আয়োজন। জগতগুৰু শ্রীমন্ত শংকৰদেৱৰ বন্দনা, নাম-কীৰ্তন, হৰি নামৰ ধ্বনিৰে মুখৰিত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰিবেশ। ভক্তি ৰসেৰে জীপাল হৈছে সত্ৰ-নামঘৰ সমূহৰ চৌপাশ।
Read More News
T & CPrivacy PolicyContact Us