This browser does not support the video element.
মঙলদৈ ভাগ: মঙলদৈস্থিত আয়ুক্ত কাৰ্যালয়ত দুৰ্যোগ প্ৰশমন বিভাগৰ সভা, উপস্থিত বিধায়ক, আয়ুক্ত
Mangaldoi Part, Darrang | Sep 2, 2025
দৰং জিলা আয়ুক্ত কাৰ্যালয়ত মঙ্গলবাৰে আবেলি 5 মান বজাত দৰং জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতি সভাপতিত্বত অনুষ্ঠিত হয় দুৰ্যোগ প্ৰশমন বিভাগৰ এখন সভা।এই সভাত ধুমুহাত ক্ষতি হোৱা লোকক ক্ষতি পুৰন দিয়া ওপৰত আলোচনা হয়। সভাত উপস্থিত থাকে বিধায়ক পৰমানন্দ ৰাজবংশী, বিধায়ক বসন্ত দাস জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতি