Download Now Banner

This browser does not support the video element.

বঙাইগাঁও ভাগ: দলাইগাঁৱত কৃত্ৰিম বান পানী, পথৰ উপৰত পানী হোৱাত হাৰা শাস্তিত শতাধিক ৰাইজ

Bongaigaon Part, Bongaigaon | Aug 13, 2025
বঙাইগাঁওৰ দলাইগাঁৱত কৃত্ৰিম বানপানীৰ সৃষ্টি হয়। নিশাৰে পৰা হোৱা ধাৰাশাৰ বৰষুণৰ ফলত সৃষ্টি হয় এই কৃত্ৰিম বানপানীৰ। পথৰ উপৰত পানী হোৱাত হাৰাশাস্তিত ভুগিব লগীয়া হৈছে শতাধিক ৰাইজক।
Read More News
T & CPrivacy PolicyContact Us