Install App
bdnews
This browser does not support the video element.
বৰপেটা: দাতিৰবড়ী কৰাগাড়ী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰৰ বিভিন্ন দিশ সম্পৰ্কে কয়াকুছিত বিধায়কৰ লগত আলোচনা
Barpeta, Barpeta | Sep 12, 2025
পাকা বেতবাৰী সমষ্টিৰ অন্তৰ্গত দাতিৰবড়ী কৰাগাড়ী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত থকা হাইস্কুল পৰীক্ষা কেন্দ্ৰৰ বিভিন্ন দিশত আলোচনা কৰাৰ বাবে শুক্ৰবাৰে অঞ্চলটোৰ শৈক্ষিক দিশত প্ৰতিনিধিত্ব কৰা ব্যক্তিসকলে শুক্ৰবাৰে সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰক কয়াকুছিত সাক্ষাৎ কৰে। বিধায়ক গৰাকীয়ে তেওলোকৰ লগত আলোচনাত মিলিত হৈ শৈক্ষিক দিশৰ বিভিন্ন আলোচনা কৰাৰ লগতে বিভিন্ন পৰামৰ্শ আগবঢ়ায় ৷
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!