Install App
pranjal_puzari
This browser does not support the video element.
শিৱসাগৰ: মিঞা বিৰোধী অভিযান চলি থকাৰ সময়তেই শিৱসাগৰত সন্দেহ জনক মিঞা যুৱকে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে থলুৱা মুছলমানক
Sibsagar, Sivasagar | Sep 10, 2025
মিঞা বিৰোধী অভিযান চলি থকাৰ সময়তেই শিৱসাগৰত সন্দেহ জনক মিঞা যুৱকে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে থলুৱা মুছলমানক । এই আক্ৰমণৰ ফলত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত চইফুদ্দিন আহমেদ নামৰ ব্যক্তি জনে সদৰ থানাত দাখিল কৰিছে এজাহাৰ । ইতিমধ্যে আৰক্ষীয়ে উক্ত যুৱক জনক আটক কৰি অব্যাহত ৰাখিছে সোধপোছ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!