This browser does not support the video element.
সোণাৰি: মালবাহী বাহনত বিপদসংকুল ভাৱে শ্ৰমিকক কঢ়িওৱাক লৈ সোণাৰিত আদিবাসী যুৱ ছাত্ৰ সন্থাৰ জিলা সভাপতিৰ প্ৰতিক্ৰিয়া
Sonari, Charaideo | Sep 8, 2025
চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত অতি বিপদসংকুল ভাৱে চাহ শ্ৰমিকক মালবাহী বাহনত কঢ়িওৱাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আদিবাসী যুৱ ছাত্ৰ সন্থাৰ চৰাইদেউ জিলাৰ সমিতিৰ সভাপতি চন্দন ঘাটোৱাৰে। সভাপতি গৰাকীয়ে কয় যে জিলাখনত পূৰ্বেও ভালে কেইটা দূৰ্ঘটনাত বহু লোকে এনে বিপদসংকুল যাত্ৰা কৰাৰ ফলত প্ৰাণ হেৰুৱাব লগা হৈছে। আনহাতে জিলা খনৰ ভিতৰুৱা অঞ্চল সমূহৰ পৰা কৰ্মত নিতৌ নিয়োজিত কৰাৰ বাবে মালবাহী এচি,বলেৰো আদি বানিজ্যিক বাহনৰ যোগেদি বহু লোকক অনা নিয়া কৰা হয়। আজি আইদেউ পুখুৰীৰ দিশ