Install App
arindram93
This browser does not support the video element.
চাবুৱা: গ্ৰেপ্তাৰ হোৱা সংগীত শিল্পী অজয় ফুকনক বিনা চৰ্তে মুকলি কৰি দিবলৈ কান্দি কান্দি আহ্বান মাতৃৰ, শতাধিক মহিলাৰ প্ৰতিবাদ
Chabua, Dibrugarh | Sep 27, 2025
হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰাৰ বাবে জুবিন গাৰ্গৰ সহযোগী সংগীত পৰিচালক চাবুৱাৰ চেতিয়া গাঁৱৰ অজয় ফুকনক গ্ৰেপ্তাৰ কৰাকলৈ আজি শনিবাৰে বিয়লি ৩ বজাত চাবুৱাৰ চেতিয়া গাঁৱত অজয় ফুকনৰ মাতৃৰ লগতে শতাধিক মহিলাই অজয় ফুকনক বিনা চৰ্তে মুক্তি দিবলৈ প্ৰতিবাদ সাব্যস্ত কৰে। অন্যহাতে পুত্ৰক কোনো কাৰণ নোহোৱাকৈ গ্ৰেপ্তাৰ কৰাৰ বাবে কান্দি কান্দি বিনা কাৰণত মুক্তি দিবলৈ দাবী জনায়
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!