Download Now Banner

This browser does not support the video element.

নগাঁও: ডুমডুমীয়া আৰক্ষীৰ জালত দুই কুখ্যাত ছাগলী চোৰ,ৰাইজে আটক কৰি ছাগলী চোৰৰ পৰা উদ্ধাৰ কৰে পঁচটাকৈ চুৰি ছাগলী

Nagaon, Nagaon | Sep 13, 2025
ডুমডুমীয়া আৰক্ষীৰ জালত দুই কুখ্যাত ছাগলী চোৰ ।শনিবাৰে বিয়লি প্ৰায় এক মান বজাত ৰাইজে আটক কৰি ছাগলী চোৰৰ পৰা উদ্ধাৰ কৰে পাচটাকৈ চুৰি ছাগলীৰ লগতে AS01RC 9830 এখন বাহন।ডবকাৰ আমবাৰীৰ পৰা ডুমডুমীয়ালৈ বিক্ৰী কৰিবলৈ আনিছিল ছাগলী পাঁচটা । ধৃত চুৰ দুটা হ'ল আব্দুল কাদিৰ আৰু নাজিম হুছেইন ।বৰ্তমান আৰক্ষীয়ে চোৰ দুটাক জেৰা অব্যাহত ৰাখিছে ।
Read More News
T & CPrivacy PolicyContact Us