This browser does not support the video element.
বাক্সা: খুশ্ৰাবাৰীত বিপিএফ দলৰ বিজয়ী প্ৰাৰ্থী দিগন্ত গয়াৰীক দলীয় নেতা কৰ্মীৰ সম্বৰ্দ্ধনা
Baska, Baksa | Sep 29, 2025
বাক্সা জিলাৰ ২১নং শালবাৰী পৰিষদীয় সমষ্টিৰ খুশ্ৰাবাৰীত আজি বিপিএফ দলৰ বিজয়ী প্ৰাৰ্থী দিগন্ত গয়াৰীক দলীয় নেতা কৰ্মীৰ সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠিত হয়। খুশ্ৰাবাৰী প্ৰাইমাৰ উদ্যোগত এই সম্বৰ্ধনাৰ অনুষ্ঠানৰ আয়োজন কৰে। বিপিএফ দলৰ নেতা কৰ্মীয়ে বেণ্ড পাৰ্টী লৈ প্ৰাৰ্থী দিগন্ত গয়াৰীক উষ্ম আদৰণি জনায়।