Install App
shivbhakti
This browser does not support the video element.
হাজো: হাজোত চাঞ্চল্যকৰ ঘটনা,স্বামী আৰু তিনি সন্তানক এৰি অন্তৰ্ধান এগৰাকী মহিলা,হাজো আৰক্ষী থানাত এজাহাৰ দাখিল
Hajo, Kamrup | Sep 19, 2025
হাজোত চাঞ্চল্যকৰ ঘটনা। স্বামী আৰু তিনি সন্তানক এৰি অন্তৰ্ধান এগৰাকী মহিলা। এজন যুৱকৰ সৈতে পলাই যোৱাৰ অভিযোগ। শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত জনালে স্বামীয়ে। বহু বিচাৰ খোচাৰ কৰিও পোৱা নাই সম্ভেদ। উপায়ন্তৰ হৈ স্বামীয়ে হাজো আৰক্ষী থানাত এজাহাৰ দাখিল।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!