Download Now Banner

This browser does not support the video element.

ধুবুৰী ভাগ: চাপৰ শালকোচা CBI ইটা ভাটাত ভয়ংকৰ ঘটনা,বজ্ৰপাত পৰি এজন যুৱকৰ কৰুন মৃত্যু

Dhubri Part, Dhubri | Sep 13, 2025
ধুবুৰী জিলাৰ চাপৰ শালকোচা CBI ইটা ভাটাত বজ্ৰপাত পৰি তিথাতে মৃত্যু এগৰাকী ইটা ভাটাৰ শ্ৰমিক৷ তাৰ পিছতে সমগ্ৰ অঞ্চলটোত এক হাহাকাৰ ময় পৰিস্তিতি সৃষ্টি হয় ।জানিব পৰা মতে মৃত লোকজন চাপৰৰ চৰুৱাবাখৰা গাঁৱৰ শমেস আলী বুলি জানিব পৰা গৈছে।
Read More News
T & CPrivacy PolicyContact Us