This browser does not support the video element.
হোজাই: পূৱ ধনীৰাম পথাৰৰ কবিৰ আশ্ৰমৰ ভূমি বেদখলক লৈ বিভিন্ন দল সংগঠনৰ উত্তাল প্ৰতিবাদ
Hojai, Hojai | Sep 12, 2025
শুক্ৰবাৰে দিনৰ ১২বজাত হোজাই পূৱ ধনীৰাম পথাৰৰ কবিৰ আশ্ৰমৰ ভূমি বেদখলক লৈ বিভিন্ন দল সংগঠনৰ উত্তাল প্ৰতিবাদ। পথ অৱৰোধ কৰি বিভিন্ন ধ্বনি তথা শ্লোগান দি সাব্যস্ত কৰে প্ৰতিবাদ। অতি শীঘ্ৰে কবিৰ আশ্ৰমৰ প্ৰায় ২৫ বিঘা ভূমি বেদখলমুক্ত কৰাৰ আহ্বান প্ৰশাসনক।প্ৰতিবাদস্থলীত হোজাইৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম বৰদলৈ উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।ইফালে প্ৰতিবাদকাৰীয়ে জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰেৰণ কৰে।