Download Now Banner

This browser does not support the video element.

দাংতল ৰাজহ চক্ৰ: লক্ষ্মীপুৰত বিপিএফৰ যোগদান সভা অনুষ্ঠিত, উপস্থিত নিসিমা সমষ্টিৰ পাৰিষদ জেমছ বসুমতাৰী

India | Sep 10, 2025
আজি চিৰাং জিলাৰ ১৬ নং নিসিমা পৰিষদীয় সমষ্টিৰ আমগুৰি প্ৰাইমাৰীৰ অন্তৰ্গত লক্ষ্মীপুৰত বিপিএফ দলৰ এক যোগদান সভা অনুষ্ঠিত হয়, আজিৰ এই যোগদান সভাত ৭৫ গৰাকী লোকে বিপিএফ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আনুষ্ঠানিক ভাৱে বিপিএফ দলত যোগদান কৰে ,আজিৰ এই যোগদান সভাত নিসিমা পৰিষদীয় সমষ্টিৰ পাৰিষদ জেমছ বসুমতাৰী সহ দলীয় বিষয় ববিয়া আৰু কাৰ্য কৰ্তা সকল উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us