This browser does not support the video element.
বোকাখাত: দিন দুপৰতে নুমলীগড়ত বেৰিকেড ভাঙি অৰ্ধ শতাধিক বন্য হস্তীৰ সন্ত্ৰাস,এক ঘণ্টা ধৰি ৰাজপথ বন্ধ
Bokakhat, Golaghat | Sep 6, 2025
দিন দুপৰতে নুমলীগড়ত বেৰিকেড ভাঙি অৰ্ধ শতাধিক বন্য হস্তী,এক ঘণ্টা ধৰি ৰাজপথ বন্ধ। আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ।প্ৰধানমন্ত্ৰী মোদীৰ নুমলীগড় ভ্ৰমণৰ পূৰ্বেই শনিবাৰে পুৱা প্ৰায় ১০ বজাত সংঘটিত হ’ল অঘটন।প্ৰধানমন্ত্ৰী আহিবলগীয়া পথৰ কাষত দিয়া বেৰিকেড এফালৰ পৰা ভাঙি সন্ত্ৰাস চলালে বনৰীয়া হাতীয়ে। অহা ১৪ চেপ্টেম্বৰত নুমলীগড়লৈ আহিব প্ৰধানমন্ত্ৰী মন্ত্ৰী নৰেন্দ্ৰ মোদী l পৰবৰ্তী সময়ত আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।