Install App
bastav_news
This browser does not support the video element.
ওদালগুৰি: ভালুকমাৰীত ইউপিপিএল দলৰ যোগদান কাৰ্যসূচী অনুষ্ঠিত, নতুন সদস্যক দললৈ আদৰণি জনালে বিটিআৰৰ ইএম নীলোৎ স্বৰ্গীয়াৰীয়ে
Udalguri, Udalguri | Sep 2, 2025
পৰিষদীয় নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দল আৰু কাৰ্যকৰ্তা সমুহৰ মাজত আৰম্ভ হৈছে ব্যাপক তৎপৰতা। সেইদৰে জিলা খনৰ ভালুকমাৰীত ইউপিপিএলৰ দলৰ এটি যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। ইউপিপিএলৰ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিজেপিৰ ৭০ গৰাকী নেতা কৰ্মীয়ে আনুষ্ঠানিক ভাৱে দলটোত যোগদান কৰে। ইপিনে নতুন সদস্য সকলক গামোচা পিন্ধাই দললৈ আদৰণি জনালে ইএম নিলোৎ স্বৰ্গীয়াৰিয়ে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!