Download Now Banner

This browser does not support the video element.

মঙলদৈ ভাগ: দৰং জিলাত ১৬৩ ধাৰা জাৰি, প্ৰধান মন্ত্ৰী আগমনকলৈ এই ধাৰা জাৰি

Mangaldoi Part, Darrang | Sep 13, 2025
আইনৰ ধাৰা ১৬৩ BNSS অনুসৰি দৰং জিলাত নিষেধাজ্ঞামূলক আদেশ। দৰং জিলাত অনুমোদনহীন ড্ৰোন/UAV উৰোৱা সম্পূৰ্ণৰূপে নিষিদ্ধ। সুৰক্ষা বাহিনী আইন প্ৰয়োগকাৰী সংস্থা, অনুমোদিত সংবাদমাধ্যমৰ কৰ্মী আৰু অনুমোদিত কৃষিকাৰ্য্য ইয়াৰ পৰা অব্যাহতি লাভ কৰিব। NH-15 ৰ আউলাচৌকা মেনাপাৰা অংশত অপ্রয়োজনীয় যানজটঅবৈধ গাড়ী পাৰ্কিং নিষিদ্ধ।
Read More News
T & CPrivacy PolicyContact Us