Download Now Banner

This browser does not support the video element.

ধুবুৰী ভাগ: অসম বংগ সীমান্তৰ ছাগলীয়াত চোৰাং গৰু সহ কন্টেনাৰ জব্দ

Dhubri Part, Dhubri | Sep 7, 2025
ধুবুৰীৰ অসম বংগ সীমান্তৰ ছাগলীয়াত চোৰাং গৰু সহ কন্টেনাৰ ট্ৰাক জব্দ। বহি: ৰাজ্যৰ পৰা অসমত প্ৰৱেশ কৰাত ছাগলীয়া আৰক্ষীয়ে জব্দ কৰে । জব্দ কৃত কন্টেনাৰ ট্ৰাক খনত প্ৰায় ত্ৰিছটা চোৰাং গৰু আছে। চালক আৰু হেণ্ডিমেন পলাতক। জব্দকৃত কন্টেনাৰ ট্ৰাক খনৰ নম্বৰ UP 21 FT / 1406.
Read More News
T & CPrivacy PolicyContact Us