This browser does not support the video element.
বাক্সা: ৰামছাঝাৰ মুছলিম চুবুৰীৰ পৰা,BPF দলৰ কেইবা সংখ্যক কৰ্মী সদস্যই UPPLদলত আনুষ্ঠানিক ভাৱে যোগদান কৰে
Baska, Baksa | Sep 5, 2025
নিজ-বেতনা প্ৰাইমাৰীৰ অন্তৰ্গত ৰামছাঝাৰ মুছলিম চুবুৰীৰ পৰা,BPF দলৰ কেইবা সংখ্যক কৰ্মী সদস্যই ইউ পি পি এল দলত আনুষ্ঠানিক ভাৱে যোগদান কৰে।UPPL দলৰ নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ তথা ২৯ নং শুক্লাই ছেৰফাং পৰিষদীয় সমষ্টিত ইউ পি পি এল দলটোক বিজয়ী কৰোৱাৰ স্বাৰ্থত শুক্ৰবাৰে নিশা প্রায় ন মান বজাত নিজ-বেতনা প্ৰাইমাৰীৰ অন্তৰ্গত ৰামছাঝাৰ মুছলিম চুবুৰীৰ পৰা,BPF দলৰ কেইবা সংখ্যক কৰ্মী সদস্যই ইউ পি পি এল দলত যোগদান কৰে। নতুনকৈ যোগদান কৰা সকলোকে দলীয় গামোচাৰে আদৰণি জনাই দলীয় নেত্