Install App
bpranjal752
This browser does not support the video element.
নগাঁও: কলিয়াবৰৰ মিছাত গৃহস্থৰ ঘৰৰ পৰা গাড়ী লৈ পলায়ন চোৰৰ, বুধবাৰে দিনৰ ভাগত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত
Nagaon, Nagaon | Sep 3, 2025
কলিয়াবৰত সক্ৰিয় গাড়ী চুৰি চক্ৰ,বুধবাৰে পুৱতি নিশা প্ৰায় চাৰি মান বজাত কলিয়াবৰৰ মিছাত গৃহস্থৰ ঘৰৰ পৰা গাড়ী লৈ পলায়ন গাড়ী চুৰৰ দলৰ, বুধবাৰে দিনৰ প্ৰায় ১২ মান বজাত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত । ইফালে CCTV ত বন্দী হৈছে গাড়ী চুৰৰ সমগ্ৰ দৃশ্য।চুৰ হোৱা TATA DI বাহন খনৰ নাম্বাৰ হল AS 02 BC 4868
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!