Download Now Banner

This browser does not support the video element.

হোজাই: জয়গাওঁত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় কৰাটি খেলত হোজাই জিলালৈ গৌৰৱ কঢ়িয়াই আনিলে কেইবাগৰাকী খেলুৱৈ,তেলীবস্তিত সম্বৰ্ধনা খেলুৱৈক

Hojai, Hojai | Sep 11, 2025
হোজাই জিলালৈ গৌৰৱ কঢ়িয়াই আনিলে হোজাইৰ কেইবাগৰাকী কাৰাটি খেলুৱৈ।পশ্চিম বংগ আৰু ভুটান সীমান্তৰ জয় গাওঁত অনুষ্ঠিত হৈছিল ৰাষ্ট্রীয় পৰ্য্যায়ৰ কাৰাটি খেল।উক্ত খেলত পদক লাভ কৰা খেলুৱৈ সকলক বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৬.৩০মান বজাত সম্বৰ্ধনা হোজাই তেলিবস্তিৰ ৰাইজৰ।উল্লেখযোগ্য এই কাৰাটি খেলত ৭টাকৈ সোণ,৫টা ব্ৰঞ্জ আৰু ৬টাকৈ ৰূপৰ পদক লাভ খেলুৱৈ সকলৰ।কাৰাটি খেলত পদক লাভ কৰাৰ পিছতেই এক উখল-মাখল পৰিবেশ বিৰাজ কৰিছে সমগ্ৰ অঞ্চলজুৰি।
Read More News
T & CPrivacy PolicyContact Us