This browser does not support the video element.
পশ্চিম যোৰহাট: অজন্তা বাইপাছৰ সমীপত নাগৰিক অভিবৰ্তন , সমালোচনা বিজেপি দলক
Jorhat West, Jorhat | Sep 7, 2025
অজন্তা বাইপাছৰ সমীপত নাগৰিক অভিবৰ্তন । সমালোচনা বিজেপি দলক । বিৰোধী ৰাজনৈতিক দল সমুহক এক হৈ বিধান সভা নিৰ্বাচনত যুজ দিবলৈ আহ্বান নাগৰিক সমাজৰ | যোৰহাটত অনুস্থিত অবিভক্ত শিৱসাগৰ জিলা ভিত্তিত নাগৰিক অভিবৰ্তনত ক্ষুৰধাৰ সমালোচনা বিজেপি চৰকাৰক | বিৰোধী দল সমুহৰ লগত পৃথকে পৃথকে সভাত মিলিত হৈছে আৰু নাগৰিক সন্মিলনৰ তৰফৰ পৰা বিৰোধী এক হৈ যুজ দিয়াৰ প্ৰচেষ্টা অব্যাহত।