Download Now Banner

This browser does not support the video element.

নগাঁও: AJPৰ জিলা কাৰ্যালয়ত উপস্থিত দলটোৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক জগদীশ ভূঞা

Nagaon, Nagaon | Sep 25, 2025
নগাঁৱৰ AJPৰ জিলা কাৰ্যালয়ত উপস্থিত দলটোৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক জগদীশ ভূঞা। গণশিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ সন্দৰ্ভত ন্যায় বিচাৰি প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ বিষয়ে উল্লেখ সংবাদ মাধ্যমৰ সন্মুখত। ৰাজ্যৰ চৰকাৰ নিৰ্দেশ অনুসৰি CIDৰ দ্বাৰা হোৱা তদন্তত মুঠেই সন্তুষ্টি প্ৰকাশ কৰা নাই জগদীশ ভূঞায়ে। CID অথবা SITৰ ওপৰত মুঠেই বিশ্বাস কৰিব পৰা নাই AJPৰ সাধাৰণ সম্পাদক গৰাকীয়ে।
Read More News
T & CPrivacy PolicyContact Us